বৰ্তমানৰ অসমীয়া চলচ্চিত্র



‘ৰামধেনু’ৰ সফলতাত উৎসাহিত হৈ অসমীয়া ছবি নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হৈছে। তৎপৰৱৰ্ত্তী কালৰ কেইখনমান উল্লেখযোগ্য ছবি হৈছে মানস বৰুৱাৰ ‘ৰিচাং’, এম মনিৰামৰ ‘ইউ আৰ নট মাই জুলি’, প্ৰদ্যুত কুমাৰ ডেকাৰ ‘সমীৰণ বৰুৱা আহি আছে’, চন্দ্ৰ মুদৈৰ ‘বাঁকৰ পুতেক’, সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ‘বীৰ চিলাৰায়’, মানস হাজৰিকাৰ ‘আকাশ চুবলে মন’, গৌতম বৰুৱাৰ ‘ৰ’দ্’, ৰাজেশ ভূঞাঁৰ ‘মি এণ্ড মাই চিষ্টাৰ’, মঞ্জু বৰাৰ ‘ৰূপতীৰ্থৰ যাত্ৰী’, লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ একে নামৰ এটি সাধুৰ চলচ্চিত্ৰ ৰূপ জুনুমনি খাউণ্ডৰ ‘তুলা আৰু তেজা', অৰূপ মান্নাৰ 'অধ্যায়', ঋতুৰাজ দত্তৰ 'ভাল পাব নাজানিলোঁ', বিদ্যুত চক্ৰৱৰ্ত্তীৰ 'দুৱাৰ', মৌপ্ৰাণ শৰ্মাৰ 'দুৰ্জন', প্ৰণৱজ্যোতি ভৰালীৰ 'ৰণাংগন', প্ৰদ্যুত কুমাৰ ডেকাৰ 'সূৰ্যাস্ত', সদানন্দ গগৈৰ 'মনে মোৰ কইনা বিচাৰে', পুলক গগৈৰ 'মমতাজ', চিম্পল গগৈৰ 'তুমি যদি কোৱা', প্ৰবীণ বৰাৰ 'লুইতক ভেটিব কোনে' আদি ।

Post a Comment

0 Comments