এই প্ৰবন্ধটো অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাৰ বিষয়ে। অধিক জানিবৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা চাওক।
| অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা | ||
| বঁটাৰ তথ্য | ||
|---|---|---|
| প্ৰকাৰ | ৰাষ্ট্ৰীয় | |
| শ্ৰেণী | চলচ্চিত্ৰ | |
| প্ৰথমবাৰ প্ৰদান | ১৯৬৯ | |
| অন্তিমবাৰ প্ৰদান | ২০১৩ | |
| মুঠ প্ৰদানৰ সংখ্যা | ৩৩ | |
| প্ৰদানকৰ্তা | চলচ্চিত্ৰ মহোত্সৱৰ সঞ্চালকালয়, ভাৰত | |
| নগদ টকা | ||
| মেডেল | ৰজত কমল | |
| প্ৰথম প্ৰাপক | ডক্তৰ বেজবৰুৱা (চলচ্চিত্ৰ) | |
| অন্তিম প্ৰাপক | অজেয় | |
| বৰ্ষ | ছবি | পৰিচালক | প্ৰযোজক |
|---|---|---|---|
| ১৯৬৯ | ডক্তৰ বেজবৰুৱা | ব্ৰজেন বৰুৱা | |
| ১৯৭১ | অৰণ্য | সমৰেন্দ্ৰ নাৰায়ণ দেৱ | |
| ১৯৭২ | উপজা সোণৰ মাটি | ব্ৰজেন বৰুৱা | |
| ১৯৭৩ | মমতা | নলিন দুৱৰা | |
| ১৯৭৫ | চামেলি মেমচাহাব | আব্দুল মজিদ | |
| ১৯৭৬ | পুতলা ঘৰ | সমৰেন্দ্ৰ নাৰায়ণ দেৱ | |
| ১৯৭৭ | সন্ধ্যাৰাগ | ভবেন্দ্ৰ নাথ শইকীয়া | |
| ১৯৭৮ | কল্লোল | অতুল বৰদলৈ | |
| ১৯৮১ | অনিৰ্বাণ | ভবেন্দ্ৰ নাথ শইকীয়া | |
| ১৯৮২ | অপৰূপা | জাহ্নু বৰুৱা | |
| ১৯৮৩ | অলকাৰ আহ্বান | চাৰুকমল হাজৰিকা | |
| ১৯৮৪ | সোণ মইনা | শিৱপ্ৰসাদ ঠাকুৰ | |
| ১৯৮৫ | অগ্নিস্নান | ভবেন্দ্ৰ নাথ শইকীয়া | |
| ১৯৮৬ | বান | চাৰুকমল হাজৰিকা | |
| ১৯৮৭ | প্ৰথম ৰাগিনী | ধীৰু ভূঞা | |
| ১৯৮৯ | কোলাহল | ভবেন্দ্ৰ নাথ শইকীয়া | |
| ১৯৯০ | যুঁজ | হেমেন দাস | |
| ১৯৯২ | সাৰথি | ভবেন্দ্ৰ নাথ শইকীয়া | |
| ১৯৯৩ | ৰেলৰ আলিৰ দুবৰি বন | পুলক গগৈ | |
| ১৯৯৪ | আবৰ্তন | ভবেন্দ্ৰ নাথ শইকীয়া | |
| ১৯৯৫ | সাগৰলৈ বহু দূৰ | জাহ্নু বৰুৱা | জাহ্নু বৰুৱা, শৈলধৰ বৰুৱা, গায়ত্ৰী বৰুৱা |
| ১৯৯৬ | ইতিহাস | ভবেন্দ্ৰ নাথ শইকীয়া | |
| ১৯৯৭ | অদাহ্য | সান্ত্বনা বৰদলৈ | সান্ত্বনা বৰদলৈ |
| ১৯৯৮ | কুশল | জাহ্নু বৰুৱা | |
| ১৯৯৯ | পখী | জাহ্নু বৰুৱা | শৈলধৰ বৰুৱা |
| ২০০২ | কণিকাৰ ৰামধেনু | জাহ্নু বৰুৱা | শৈলধৰ বৰুৱা |
| ২০০৩ | আকাশীতৰাৰ কথাৰে... | মঞ্জু বৰা | সংগীতা তামূলী |
| ২০০৪ | দীনবন্ধু | মুনিন বৰুৱা | কৃষ্ণ ৰয়, গোপাল জালান |
| ২০০৫ | কদমতলে কৃষ্ণ নাচে | সুমন হৰিপ্ৰিয়া | সুমন হৰিপ্ৰিয়া |
| ২০০৬ | আইদেউ | অৰূপ মান্না | নবমিকা বৰঠাকুৰ |
| ২০০৮ | মন যায় | এম মনিৰাম | এম মনিৰাম, সবিতা সনম, জয়ন্ত গোস্বামী |
| ২০০৯ | বসুন্ধৰা - দ্যা আৰ্থ | হীৰেন বৰা | হীৰেন বৰা |
| ২০১০ | জেতুকা পাতৰ দৰে | যদুমণি দত্ত | নুৰুল চুলতান |
| ২০১২ | বান্ধোন | জাহ্নু বৰুৱা | অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম |
| ২০১৩ | অজেয় | জাহ্নু বৰুৱা | শিৱেন আৰ্টছ |
| ২০১৪ | অথেলো | হেমন্ত কুমাৰ দাস | অৰ্থ ফিল্মছ |
বি.দ্ৰ. অনুল্লেখিত বৰ্ষসমূহত বঁটা প্ৰদান কৰা হোৱা নাছিল।

0 Comments